সমাজলৈ কি বৰঙনি দিছো নাজানো কিন্ত ইয়াৰ মাজতে আজি সন্ধিয়া ডিব্ৰুগড় “সত্ৰীয়া সংগীত বিদ্যালয়” তৰফৰ পৰা আয়োজন কৰা সভাত মোক সম্বৰ্ধনা জনায় ৷ এনে মৰম স্নেহৰ বাবে সংগীত বিদ্যালয়ৰ অধ্যক্ষ ক্ষীৰেশ্বৰ হাজৰিকা , সভাপতি জীৱন জ্যোতি দুৱৰা , সম্পাদক ৰাতুল দাস, অন্যতম শুভাকাংক্ষী ভূৱনজ্যোতি বৰুৱাকে ধৰি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালো ৷এই শুভ মূহুৰ্তৰ কেইটামান মূহূৰ্ত স্মৃতিৰ বাবে সাঁচি থলো ৷ (১০-০৪-২০২১)
Posted by Sashi Kanta Saikia New on Saturday, 10 April 2021
Posted by Sashi Kanta Saikia New on Saturday, 10 April 2021
Posted by Sashi Kanta Saikia New on Saturday, 10 April 2021