Dr. Sashi Kanta Saikia

Dr. Sashi Kanta Saikia

"Welcome to the official website of Dr. Sashi Kanta Saikia: Principal of DHSK College (Autonomous), Author, and Cultural Researcher. Exploring the intersection of Assamese heritage and modern education."

Sashi Kanta Saikia

Hi There!
I am Dr. Sashi Kanta Saikia.

Via. this website, I started sharing my daily activities. Visit my profile, check my bio, or go through my various activities like Swachh Bharat Activities, Books & Publications, My Awards & Felicitations, My Other Activities, etc.

Feel free to contact me with your message at the details provided below.

MY RECENT POSTS

এক ঐতিহাসিক ক্ষণ : আজি টেঙাখাট বচাপথাৰত অনুষ্ঠিল হোৱা ডিব্ৰুগড় জিলা কুৰ্মি সমাজৰ প্ৰথম বাৰ্ষিক সাংস্কৃতিক সমাৰোহ -২০২৬ত ‘সমাজ হিতৈষী নৰেশ্বৰ মাহাত্ব সোঁৱৰণী সমাজ সেৱা বঁটা’ প্ৰদান কৰা এক ঐতিহাসিক মুহূৰ্তৰ ছবি ৷ সমাজৰ বাবে কি কৰিছো বা কৰা নাই সেয়া কব পৰা নাই যদিও নৱনিৰ্বাচিত ৰাজ্যসভাৰ মাননীয় সাংসদ তেৰচ গোৱালা, চত্তীছগড়ৰ মাননীয় সাংসদ বিজয় ৱাঘেলাৰ উপস্থিতিত এনে এজন বৰণ্য ব্যক্তিৰ নামত এই অভাজনক নিৰ্বাচত কৰি বটাঁ প্ৰদান কৰা বাবে সভাপতি হৰিৎ কুৰ্মি , সম্পাদক জগত কুৰ্মিকে ধৰি উদযাপন সমিতিৰ সভাপতি গনেশ কুৰ্মি, সম্পাদক ললিত কুৰ্মিৰ উপৰিও সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷

Read Post

একেটা পৰিয়ালৰ তিনিখন মহাবিদ্যালয় -হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়, মনোহাৰীদেৱী কানৈ মহিলা মহাবিদ্যালয়, হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ঐক্যবদ্ধ হৈ অনুষ্ঠিত বিহু কৰ্মশালাত উপস্থিত থাকি আনন্দিত হ’লো ৷ নতুন প্ৰজন্মৰ এনে চিন্তাক ধন্যবাদ দিবই লাগিব ৷ তিনিওখন মহাবিদ্যালয় ছাত্ৰ একতা সভাক এনে চিন্তা আৰু কৰ্মৰ বাবে শুভেচ্ছা জনালো ৷

Read Post

পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাড়ী যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত লুইতপৰীয়া বিহু সন্মিলনৰ তৰফৰ পৰা আজি আমাক পুৱা গৰু বিহুৰ দিনাই এক আড়ম্বৰপূৰ্ণ সভাত সম্বৰ্ধনা জ্ঞাপন কৰে৷ যুৱ মঞ্চৰ সভাপতি ৰাজ চৌধুৰী, সম্পাদক প্ৰভাত কুমাৰ নিমোদিয়া, যুৱ মঞ্চৰ ডিব্ৰুগড় প্ৰগতি শাখাৰ সভাপতি ৰিংকু শৰ্মা আৰু সম্পাদিকা খুচবু আগৰৱালাক আমাক এনে মৰম আৰু শ্ৰদ্ধা জনোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনালো ৷

Read Post

ডিব্ৰুগড় মাইজানত ডিব্ৰুগড় যুৱ সমাজৰ উদ্যোগত মাইজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰথম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতাত সুন্দৰ কাৰুকাৰ্য খচিত উপহাৰেেৰে আমাক মৰম আৰু সন্মান জনোৱা যুৱ সমাজৰ খগেন দত্ত, থমাচ বুঢ়াগোঁহাই, পাপু শইকীয়া প্ৰমুখ্যে শ্ৰদ্ধাৰ অন্যান্য বিষয়ববীয়া সকলক ধন্যবাদ জনালো ৷(১৪-০৪-২০২৬)

Read Post

ঐতিহাসিক ডি এইচ এছ কানৈ মহাবিদ্যালয়ত ভাৰতীয় ডাক বিভাগৰ অধীনত এটা ডাক ঘৰ ( POST OFFICE) মুকলি কৰাৰ বাবে আজি ডাক বিভাগৰ পৰা আনুষ্ঠানিক পত্ৰ লাভ কৰো ৷ কানৈ কলেজে দীৰ্ঘদিন ধৰি এই ডাকঘৰটো লাভৰ বাবে যত্ন কৰি আহিছিল৷ আজি ভাৰতীয় ডাক বিভাগৰ মাৰ্কেটিং এক্জিকিউটিভ কৌশিক কুমাৰ ফুকন আৰু ডিব্ৰুগড় ডাক সংমণ্ডলৰ অৰিন্দম বৰফুকনে আমাক সাক্ষাৎ কৰি বিভাগীয় পত্ৰখন প্ৰদান কৰে৷ অৱশেষত ৮০ বছৰ গৰকা কানৈ মহাবিদ্যালয়ে এটা ভাৰতীয় ডাক বিভাগৰ পৰা Post Office লাভ কৰিলে ৷ ডাক বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷

Read Post

Who am i ?

Principal
D.H.S.K. College, Dibrugarh
Assam- INDIA
Former Brand Ambassador
Swachh Bharat Mission
(NAMASTE STATES)
Assam
President of
Dibrugarh Chess Club
President of
Dibrugarh Sahitya Sabha
A
Column Writer
Ph.D
In Tourism

get in touch

(+91) 9435030404 / 7002518350
Gandhi Path, Gandhi Nagar
Dibrugarh, Assam - 786001
FIND ME ON
/ sashisaikia
/ sashikantasaikia
/ sashikantasaikia
/ sashikanta.saikia.7

   
This is my humble endeavour to share and gather knowledge through this website from the world communities
- SASHI KANTA SAIKIA -