Dr. Sashi Kanta Saikia > My Feed

এক ঐতিহাসিক ক্ষণ : আজি টেঙাখাট বচাপথাৰত অনুষ্ঠিল হোৱা ডিব্ৰুগড় জিলা কুৰ্মি সমাজৰ প্ৰথম বাৰ্ষিক সাংস্কৃতিক সমাৰোহ -২০২৬ত ‘সমাজ হিতৈষী নৰেশ্বৰ মাহাত্ব সোঁৱৰণী সমাজ সেৱা বঁটা’ প্ৰদান কৰা এক ঐতিহাসিক মুহূৰ্তৰ ছবি ৷ সমাজৰ বাবে কি কৰিছো বা কৰা নাই সেয়া কব পৰা নাই যদিও নৱনিৰ্বাচিত ৰাজ্যসভাৰ মাননীয় সাংসদ তেৰচ গোৱালা, চত্তীছগড়ৰ মাননীয় সাংসদ বিজয় ৱাঘেলাৰ উপস্থিতিত এনে এজন বৰণ্য ব্যক্তিৰ নামত এই অভাজনক নিৰ্বাচত কৰি বটাঁ প্ৰদান কৰা বাবে সভাপতি হৰিৎ কুৰ্মি , সম্পাদক জগত কুৰ্মিকে ধৰি উদযাপন সমিতিৰ সভাপতি গনেশ কুৰ্মি, সম্পাদক ললিত কুৰ্মিৰ উপৰিও সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷

এক ঐতিহাসিক ক্ষণ : আজি টেঙাখাট বচাপথাৰত অনুষ্ঠিল হোৱা ডিব্ৰুগড় জিলা কুৰ্মি সমাজৰ প্ৰথম বাৰ্ষিক সাংস্কৃতিক সমাৰোহ -২০২৬ত ‘সমাজ হিতৈষী নৰেশ্বৰ মাহাত্ব সোঁৱৰণী সমাজ সেৱা বঁটা’ প্ৰদান কৰা এক ঐতিহাসিক মুহূৰ্তৰ ছবি ৷ সমাজৰ বাবে কি কৰিছো বা কৰা নাই সেয়া কব পৰা নাই যদিও নৱনিৰ্বাচিত ৰাজ্যসভাৰ মাননীয় সাংসদ তেৰচ গোৱালা, চত্তীছগড়ৰ মাননীয় সাংসদ বিজয় ৱাঘেলাৰ উপস্থিতিত এনে এজন বৰণ্য ব্যক্তিৰ নামত এই অভাজনক নিৰ্বাচত কৰি বটাঁ প্ৰদান কৰা বাবে সভাপতি হৰিৎ কুৰ্মি , সম্পাদক জগত কুৰ্মিকে ধৰি উদযাপন সমিতিৰ সভাপতি গনেশ কুৰ্মি, সম্পাদক ললিত কুৰ্মিৰ উপৰিও সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ Read More »

একেটা পৰিয়ালৰ তিনিখন মহাবিদ্যালয় -হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়, মনোহাৰীদেৱী কানৈ মহিলা মহাবিদ্যালয়, হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ঐক্যবদ্ধ হৈ অনুষ্ঠিত বিহু কৰ্মশালাত উপস্থিত থাকি আনন্দিত হ’লো ৷ নতুন প্ৰজন্মৰ এনে চিন্তাক ধন্যবাদ দিবই লাগিব ৷ তিনিওখন মহাবিদ্যালয় ছাত্ৰ একতা সভাক এনে চিন্তা আৰু কৰ্মৰ বাবে শুভেচ্ছা জনালো ৷

একেটা পৰিয়ালৰ তিনিখন মহাবিদ্যালয় -হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়, মনোহাৰীদেৱী কানৈ মহিলা মহাবিদ্যালয়, হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত ঐক্যবদ্ধ হৈ অনুষ্ঠিত বিহু কৰ্মশালাত উপস্থিত থাকি আনন্দিত হ’লো ৷ নতুন প্ৰজন্মৰ এনে চিন্তাক ধন্যবাদ দিবই লাগিব ৷ তিনিওখন মহাবিদ্যালয় ছাত্ৰ একতা সভাক এনে চিন্তা আৰু কৰ্মৰ বাবে শুভেচ্ছা জনালো ৷ Read More »

জাতীয় যুৱ মঞ্চ ,অসমৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙ্গীত অনুষ্ঠিত বহাগ আদৰণি অনুষ্ঠানত আমাক আজি ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱাত উদ্যোক্তা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো

জাতীয় যুৱ মঞ্চ ,অসমৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙ্গীত অনুষ্ঠিত বহাগ আদৰণি অনুষ্ঠানত আমাক আজি ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱাত উদ্যোক্তা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো Read More »

পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাড়ী যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত লুইতপৰীয়া বিহু সন্মিলনৰ তৰফৰ পৰা আজি আমাক পুৱা গৰু বিহুৰ দিনাই এক আড়ম্বৰপূৰ্ণ সভাত সম্বৰ্ধনা জ্ঞাপন কৰে৷ যুৱ মঞ্চৰ সভাপতি ৰাজ চৌধুৰী, সম্পাদক প্ৰভাত কুমাৰ নিমোদিয়া, যুৱ মঞ্চৰ ডিব্ৰুগড় প্ৰগতি শাখাৰ সভাপতি ৰিংকু শৰ্মা আৰু সম্পাদিকা খুচবু আগৰৱালাক আমাক এনে মৰম আৰু শ্ৰদ্ধা জনোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনালো ৷

পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাড়ী যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত লুইতপৰীয়া বিহু সন্মিলনৰ তৰফৰ পৰা আজি আমাক পুৱা গৰু বিহুৰ দিনাই এক আড়ম্বৰপূৰ্ণ সভাত সম্বৰ্ধনা জ্ঞাপন কৰে৷ যুৱ মঞ্চৰ সভাপতি ৰাজ চৌধুৰী, সম্পাদক প্ৰভাত কুমাৰ নিমোদিয়া, যুৱ মঞ্চৰ ডিব্ৰুগড় প্ৰগতি শাখাৰ সভাপতি ৰিংকু শৰ্মা আৰু সম্পাদিকা খুচবু আগৰৱালাক আমাক এনে মৰম আৰু শ্ৰদ্ধা জনোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনালো ৷ Read More »

ডিব্ৰুগড় মাইজানত ডিব্ৰুগড় যুৱ সমাজৰ উদ্যোগত মাইজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰথম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতাত সুন্দৰ কাৰুকাৰ্য খচিত উপহাৰেেৰে আমাক মৰম আৰু সন্মান জনোৱা যুৱ সমাজৰ খগেন দত্ত, থমাচ বুঢ়াগোঁহাই, পাপু শইকীয়া প্ৰমুখ্যে শ্ৰদ্ধাৰ অন্যান্য বিষয়ববীয়া সকলক ধন্যবাদ জনালো ৷(১৪-০৪-২০২৬)

ডিব্ৰুগড় মাইজানত ডিব্ৰুগড় যুৱ সমাজৰ উদ্যোগত মাইজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰথম বাৰ্ষিক মুকলি বিহু প্ৰতিযোগিতাত সুন্দৰ কাৰুকাৰ্য খচিত উপহাৰেেৰে আমাক মৰম আৰু সন্মান জনোৱা যুৱ সমাজৰ খগেন দত্ত, থমাচ বুঢ়াগোঁহাই, পাপু শইকীয়া প্ৰমুখ্যে শ্ৰদ্ধাৰ অন্যান্য বিষয়ববীয়া সকলক ধন্যবাদ জনালো ৷(১৪-০৪-২০২৬) Read More »

DHSK College (AUTO.) Received Best NCC College Award among the colleges and universities of entire North East India. Overall Best College (NER) award under the Best NCC Institution category from Wailadmiki Shylla, Minister of Sports & Youth Affairs, Government of Meghalaya, and Maj. General Anurag Vij, ADG, NER Directorate.

DHSK College (AUTO.) Received Best NCC College Award among the colleges and universities of entire North East India. Overall Best College (NER) award under the Best NCC Institution category from Wailadmiki Shylla, Minister of Sports & Youth Affairs, Government of Meghalaya, and Maj. General Anurag Vij, ADG, NER Directorate. Read More »

ঐতিহাসিক ডি এইচ এছ কানৈ মহাবিদ্যালয়ত ভাৰতীয় ডাক বিভাগৰ অধীনত এটা ডাক ঘৰ ( POST OFFICE) মুকলি কৰাৰ বাবে আজি ডাক বিভাগৰ পৰা আনুষ্ঠানিক পত্ৰ লাভ কৰো ৷ কানৈ কলেজে দীৰ্ঘদিন ধৰি এই ডাকঘৰটো লাভৰ বাবে যত্ন কৰি আহিছিল৷ আজি ভাৰতীয় ডাক বিভাগৰ মাৰ্কেটিং এক্জিকিউটিভ কৌশিক কুমাৰ ফুকন আৰু ডিব্ৰুগড় ডাক সংমণ্ডলৰ অৰিন্দম বৰফুকনে আমাক সাক্ষাৎ কৰি বিভাগীয় পত্ৰখন প্ৰদান কৰে৷ অৱশেষত ৮০ বছৰ গৰকা কানৈ মহাবিদ্যালয়ে এটা ভাৰতীয় ডাক বিভাগৰ পৰা Post Office লাভ কৰিলে ৷ ডাক বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷

ঐতিহাসিক ডি এইচ এছ কানৈ মহাবিদ্যালয়ত ভাৰতীয় ডাক বিভাগৰ অধীনত এটা ডাক ঘৰ ( POST OFFICE) মুকলি কৰাৰ বাবে আজি ডাক বিভাগৰ পৰা আনুষ্ঠানিক পত্ৰ লাভ কৰো ৷ কানৈ কলেজে দীৰ্ঘদিন ধৰি এই ডাকঘৰটো লাভৰ বাবে যত্ন কৰি আহিছিল৷ আজি ভাৰতীয় ডাক বিভাগৰ মাৰ্কেটিং এক্জিকিউটিভ কৌশিক কুমাৰ ফুকন আৰু ডিব্ৰুগড় ডাক সংমণ্ডলৰ অৰিন্দম বৰফুকনে আমাক সাক্ষাৎ কৰি বিভাগীয় পত্ৰখন প্ৰদান কৰে৷ অৱশেষত ৮০ বছৰ গৰকা কানৈ মহাবিদ্যালয়ে এটা ভাৰতীয় ডাক বিভাগৰ পৰা Post Office লাভ কৰিলে ৷ ডাক বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ Read More »

FIND ME ON
/ sashisaikia
/ sashikantasaikia
/ sashikantasaikia
/ sashikanta.saikia.7

   
This is my humble endeavour to share and gather knowledge through this website from the world communities
- SASHI KANTA SAIKIA -