এক ঐতিহাসিক ক্ষণ : আজি টেঙাখাট বচাপথাৰত অনুষ্ঠিল হোৱা ডিব্ৰুগড় জিলা কুৰ্মি সমাজৰ প্ৰথম বাৰ্ষিক সাংস্কৃতিক সমাৰোহ -২০২৬ত 'সমাজ হিতৈষী নৰেশ্বৰ মাহাত্ব সোঁৱৰণী সমাজ সেৱা বঁটা' প্ৰদান কৰা এক ঐতিহাসিক মুহূৰ্তৰ ছবি ৷ সমাজৰ বাবে কি কৰিছো বা কৰা নাই সেয়া কব পৰা নাই যদিও নৱনিৰ্বাচিত ৰাজ্যসভাৰ মাননীয় সাংসদ তেৰচ গোৱালা, চত্তীছগড়ৰ মাননীয় সাংসদ বিজয় ৱাঘেলাৰ উপস্থিতিত এনে এজন বৰণ্য ব্যক্তিৰ নামত এই অভাজনক নিৰ্বাচত কৰি বটাঁ প্ৰদান কৰা বাবে সভাপতি হৰিৎ কুৰ্মি , সম্পাদক জগত কুৰ্মিকে ধৰি উদযাপন সমিতিৰ সভাপতি গনেশ কুৰ্মি, সম্পাদক ললিত কুৰ্মিৰ উপৰিও সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷

এক ঐতিহাসিক ক্ষণ : আজি টেঙাখাট বচাপথাৰত অনুষ্ঠিল হোৱা ডিব্ৰুগড় জিলা কুৰ্মি সমাজৰ প্ৰথম বাৰ্ষিক সাংস্কৃতিক সমাৰোহ -২০২৬ত ‘সমাজ হিতৈষী নৰেশ্বৰ মাহাত্ব সোঁৱৰণী সমাজ সেৱা বঁটা’ প্ৰদান কৰা এক ঐতিহাসিক মুহূৰ্তৰ ছবি ৷ সমাজৰ বাবে কি কৰিছো বা কৰা নাই সেয়া কব পৰা নাই যদিও নৱনিৰ্বাচিত ৰাজ্যসভাৰ মাননীয় সাংসদ তেৰচ গোৱালা, চত্তীছগড়ৰ মাননীয় সাংসদ বিজয় ৱাঘেলাৰ উপস্থিতিত এনে এজন বৰণ্য ব্যক্তিৰ নামত এই অভাজনক নিৰ্বাচত কৰি বটাঁ প্ৰদান কৰা বাবে সভাপতি হৰিৎ কুৰ্মি , সম্পাদক জগত কুৰ্মিকে ধৰি উদযাপন সমিতিৰ সভাপতি গনেশ কুৰ্মি, সম্পাদক ললিত কুৰ্মিৰ উপৰিও সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷

Share This Post
Share This Post
FIND ME ON
/ sashisaikia
/ sashikantasaikia
/ sashikantasaikia
/ sashikanta.saikia.7

   
This is my humble endeavour to share and gather knowledge through this website from the world communities
- SASHI KANTA SAIKIA -