My Activities Archives < Sashi Kanta Saikia

My Activities

ঐতিহাসিক ডি এইচ এছ কানৈ মহাবিদ্যালয়ত ভাৰতীয় ডাক বিভাগৰ অধীনত এটা ডাক ঘৰ ( POST OFFICE) মুকলি কৰাৰ বাবে আজি ডাক বিভাগৰ পৰা আনুষ্ঠানিক পত্ৰ লাভ কৰো ৷ কানৈ কলেজে দীৰ্ঘদিন ধৰি এই ডাকঘৰটো লাভৰ বাবে যত্ন কৰি আহিছিল৷ আজি ভাৰতীয় ডাক বিভাগৰ মাৰ্কেটিং এক্জিকিউটিভ কৌশিক কুমাৰ ফুকন আৰু ডিব্ৰুগড় ডাক সংমণ্ডলৰ অৰিন্দম বৰফুকনে আমাক সাক্ষাৎ কৰি বিভাগীয় পত্ৰখন প্ৰদান কৰে৷ অৱশেষত ৮০ বছৰ গৰকা কানৈ মহাবিদ্যালয়ে এটা ভাৰতীয় ডাক বিভাগৰ পৰা Post Office লাভ কৰিলে ৷ ডাক বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷

ঐতিহাসিক ডি এইচ এছ কানৈ মহাবিদ্যালয়ত ভাৰতীয় ডাক বিভাগৰ অধীনত এটা ডাক ঘৰ ( POST OFFICE) মুকলি কৰাৰ বাবে আজি ডাক বিভাগৰ পৰা আনুষ্ঠানিক পত্ৰ লাভ কৰো ৷ কানৈ কলেজে দীৰ্ঘদিন ধৰি এই ডাকঘৰটো লাভৰ বাবে যত্ন কৰি আহিছিল৷ আজি ভাৰতীয় ডাক বিভাগৰ মাৰ্কেটিং এক্জিকিউটিভ কৌশিক কুমাৰ ফুকন আৰু ডিব্ৰুগড় ডাক সংমণ্ডলৰ অৰিন্দম বৰফুকনে আমাক সাক্ষাৎ কৰি বিভাগীয় পত্ৰখন প্ৰদান কৰে৷ অৱশেষত ৮০ বছৰ গৰকা কানৈ মহাবিদ্যালয়ে এটা ভাৰতীয় ডাক বিভাগৰ পৰা Post Office লাভ কৰিলে ৷ ডাক বিভাগক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷ Read More »

প্ৰৱাসী অসমীয়া কানাডা নিবাসী অসমৰ সু-সন্তান দেৱাঞ্জন বৰঠাকুৰে কানাডাৰ অন্যতম প্ৰখ্যাত টৰোণ্ট’ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সমগ্ৰ বিশ্বৰ শিল্পী তথা মানৱ সমাজৰ আদৰ্শস্বৰুপ জুবিন গাৰ্গৰ বিষয়ে কিমান সুন্দৰকৈ কৈছে ৷ সুলেখক, গৱষক দেৱাঞ্জন বৰঠাকুৰৰ এনে প্ৰচেষ্টাক অশেষ ধন্যবাদ জনালো ৷

প্ৰৱাসী অসমীয়া কানাডা নিবাসী অসমৰ সু-সন্তান দেৱাঞ্জন বৰঠাকুৰে কানাডাৰ অন্যতম প্ৰখ্যাত টৰোণ্ট’ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সমগ্ৰ বিশ্বৰ শিল্পী তথা মানৱ সমাজৰ আদৰ্শস্বৰুপ জুবিন গাৰ্গৰ বিষয়ে কিমান সুন্দৰকৈ কৈছে ৷ সুলেখক, গৱষক দেৱাঞ্জন বৰঠাকুৰৰ এনে প্ৰচেষ্টাক অশেষ ধন্যবাদ জনালো ৷ Read More »

আজি পুৱা ৬ বজাতে ডিব্ৰুগড় পৌৰনিগমৰ উদ্যোগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীৰ জন্মদিন উপলক্ষে ডিব্ৰুগড় থানা চাৰিআলিত স্বচ্ছতা হি সেৱা পষেক কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত ৷ পৌৰ আয়ুক্ত জয় বিকাশ , কাৰ্যবাহী বিষয়া প্ৰয়াশী গৌতম ,মামুন গগৈ মিত্ৰ সহ পৌৰ নিগমৰ আন পাৰিষদসহ , বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ সহ :প্ৰকল্প বিষয়া অন্যন্যা ভূঞা, কুৰিৰো অধিক পৌৰ সখী সহ আমিবোৰ ৷ ( ১৭-০৯-২০২৫)

inauguration of cleanliness programme at Dibrugarh Municipal Corporation on the occasion of the birthday of Honorable Prime Minister Narendra Modi.

আজি পুৱা ৬ বজাতে ডিব্ৰুগড় পৌৰনিগমৰ উদ্যোগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীৰ জন্মদিন উপলক্ষে ডিব্ৰুগড় থানা চাৰিআলিত স্বচ্ছতা হি সেৱা পষেক কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত ৷ পৌৰ আয়ুক্ত জয় বিকাশ , কাৰ্যবাহী বিষয়া প্ৰয়াশী গৌতম ,মামুন গগৈ মিত্ৰ সহ পৌৰ নিগমৰ আন পাৰিষদসহ , বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ সহ :প্ৰকল্প বিষয়া অন্যন্যা ভূঞা, কুৰিৰো অধিক পৌৰ সখী সহ আমিবোৰ ৷ ( ১৭-০৯-২০২৫) Read More »

FIND ME ON
/ sashisaikia
/ sashikantasaikia
/ sashikantasaikia
/ sashikanta.saikia.7

   
This is my humble endeavour to share and gather knowledge through this website from the world communities
- SASHI KANTA SAIKIA -